Advertisement

অসমলৈ আহি প্ৰধানমন্ত্ৰীয়ে কি কি কাৰ্যসূচীত ল’ব অংশ…

  • ১৭জানুৱাৰী, ২০২৫ত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • সৰুসজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব বাগুৰুম্বা নৃত্যৰ এক বৰ্ণিল অনুষ্ঠান।
  • অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • ১৮ জানুৱাৰী ২০২৬ত কলিয়াবৰলৈ যাব প্ৰধানমন্ত্ৰী মোদী।
  • মৌচন্দা পথাৰত অনুষ্ঠিত হ’ব এখন বিশাল সভা।
  • উক্ত সভাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডী।
  • তাৰ পৰাই শিলান্যাস কৰিব এলিভেটেড প্ৰকল্প।

Leave a Reply

Your email address will not be published. Required fields are marked *